Monday, October 3, 2022
HomeNewsক্ৰীড়াবিদক সদৌ অসম প্ৰগতিশীল জাগ্ৰত মঞ্চৰ সম্বৰ্ধনা

ক্ৰীড়াবিদক সদৌ অসম প্ৰগতিশীল জাগ্ৰত মঞ্চৰ সম্বৰ্ধনা

  • সদৌ অসম প্ৰগতিশীল জাগ্ৰত মঞ্চৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান।
  • গুৱাহাটীৰ ভঙাগড়স্থিত শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান।
  • ৰাজ্যখনৰ বহু কেইগৰাকী মাষ্টাৰ খেলুৱৈৰ লগতে উদীয়মান খেলুৱৈক জনোৱা হয় সম্বৰ্ধনা।
  • ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শীতাৰ বাবে জনোৱা হৈছে এই সম্বৰ্ধনা।
  • মাষ্টাৰ খেলুৱৈ অনিমা সোণোৱাল, গণেশ গগৈ, ৰমেশ বৰুৱা আদিৰ লগতে তৰুণ প্ৰজন্মৰ খেলুৱৈ অংকিত মহন্তকে ধৰি বহুকেইগৰাকী ক্ৰীড়াবিদ অনুষ্ঠানটোত উপস্থিত আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments