Monday, July 4, 2022
HomeNewsবিজেপিত যোগ দিব নেকি 'দাদা'ই? কি ইংগিত দিলে প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে

বিজেপিত যোগ দিব নেকি ‘দাদা’ই? কি ইংগিত দিলে প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে

অলিম্পিয়া প্ৰতিবেদন

বি চি চি আইৰ অধ্যক্ষ তথা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বিজেপিত যোগ দিব নেকি? এটা কোটিটকীয়া প্ৰশ্ন। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ নিযুক্তি লাভ কৰাৰ পিছতেই এই লৈ চর্চা আৰম্ভ হৈছিল বিভিন্ন মহলত।

দেওবাৰে, প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বিপ ধনখাৰক লগ কৰাৰ লগে লগে এই কথাই পুনৰ চর্চা লাভ কৰিছে। ধনখাৰে জনোৱা অনুসৰি গাংগুলীৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়। আলোচনাকালত বি চি চি আইৰ অধ্যক্ষগৰাকীয়ে ৰাজ্যপালগৰাকীক ইডেন গাৰ্ডেন পৰিভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

ইপিনে, গাংগুলীৰ ৰাজ্যপালক সাক্ষাতক লৈ সংবাদ মাধ্যমত বিয়পি পৰা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে। তেওঁ সংবাদ মাধ্যমক এই সাক্ষাতক লৈ কল্পনাৰ আশ্ৰয় ন’লবলৈ আহ্বান জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments