Tuesday, October 4, 2022
HomeNewsগুৱাহাটীৰ বোন্দাত জমাছাৰ স্পৰ্টছ এছচিয়েছন অৱ কামৰূপ মহানগৰৰ সাধাৰণ সভা

গুৱাহাটীৰ বোন্দাত জমাছাৰ স্পৰ্টছ এছচিয়েছন অৱ কামৰূপ মহানগৰৰ সাধাৰণ সভা

অলিম্পিয়া প্ৰতিবেদন

জামাছাৰ ফেডাৰেছন অব ইণ্ডিয়াৰ সৌজন্যত আৰু জমাছাৰ স্পৰ্টছ এছচিয়েছন অৱ অসমৰ অন্তৰ্গত গুৱাহাটীৰ বোন্দা বিহু ফিল্ডৰ মঞ্চত ১৭ মাৰ্চত জমাছাৰ স্পৰ্টছ এছচিয়েছন অৱ কামৰূপ মহানগৰৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয় | এই সভাৰ সভাপতিত্ব কৰে গ্রাণ্ডমাষ্টাৰ গমে থাপাই |
উদ্দেশ্য ব্যাখাত গৌতম দাসে জমাছাৰৰ বিষয়ে কয় যে – এই সমৰ কলাটো একেবাৰে প্রথম যদিও আমি ছাউথ এছিয়ান গেমছত নেপালত খেলিবলৈ যাওঁতে জমাছাৰ সমৰ কলাটো খেলটো খেলা দেখিছো । আমাৰ ছাত্র- ছাত্রীয়ে ভালদৰে খেলিব পাৰিব | সভাৰ সভাপতি গ্রাণ্ডমাষ্টাৰ গমে থাপাই জমাছাৰ খেলৰ বিষয়ে নিয়মবোৰৰ বিষয়ে অৱগত কৰায় আৰু কয়, “মই ২০১৭ চনত নেপালৰ কাঠমাণ্ডুত ৱল্ড গেমচ ২০১৭ অসমৰ পৰা ১৯ জন খেলুৱৈক অংশগ্রহণ কৰাইছিলো তাৰে ৯ জনে জমাছাৰ খেলিছিল । তাৰ ভিডিও ইউ টিউবত আছে | সকলোৱে ভিডিও ছাই শিকিব পাৰিব আৰু জমাছাৰ সমৰ কলাটো ২০২২ চনত স্কুল গেমছ ফেডাৰেচন ইণ্ডিয়াত অন্তৰ্ভুক্ত হৈছে আৰু এই কলাটো উত্তৰ প্রদেশত হ’বলগীয়া অহা ২৯,৩০,৩১ মাৰ্চ ২০২২ ত ৮ জমাছাৰ নেচনেল চেম্পিয়নচিপত অসমৰ ১১ জন প্রতিযোগীয়ে অংশগ্রহণ কৰাৰ কথা গ্রাণ্ডমাষ্টাৰ গমে থাপাই কয় | জামাছাৰ স্পৰ্টছ এছোচিয়েচন অৱ কামৰূপ মহানগৰৰ এখনি সমিতি গঠন কৰা হয় |সমিতিৰ বিষয়ববীয়া সকল হ’ল ক্ৰমে
ৰাজু দাস ( সভাপতি)
অৰূপ দাস (সম্পাদক) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments