Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় ছেপাক টাক্র’লৈ অসম দল ৰাওনা

ৰাষ্ট্ৰীয় ছেপাক টাক্র’লৈ অসম দল ৰাওনা

অলিম্পিয়া প্ৰতিবেদন

ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰ এছ এম এছ ইনড’ৰ ষ্টেডিয়ামত অহা ২৭ ৰ পৰা ৩১ মার্চলৈ অনুষ্ঠিত হ’ব ২৫ সংখ্যক জুনিয়ৰ আৰু ২৪ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্র’ চেম্পিয়নশিপ ।
প্রতিযােগিতাখন ল’ৰা আৰু ছােৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব । ৰাষ্ট্ৰীয় প্রতিযােগিতাখনৰ বাবে অসম দলটো বৃহস্পতিবাৰে ব্রহ্মপুত্র মেইল যােগেৰে গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা ৰাওনা হৈছে ।
দলটোত ৩৬ গৰাকী সদস্য অন্তর্ভুক্ত হােৱা বুলি এক বিজ্ঞপ্তিৰে জনাইছে অসম হেপাক টাক্ৰ সন্থাৰ সাধাৰণ সম্পাদক
ডঃ বিষ্ণুৰাম নুনিছাই ।
দলৰ খেলুৱৈসকল হ’ল :
ল’ৰা (ছাব জুনিয়ৰ)–
ৰুমাৰিঅ’ ৰাজ বুঢ়াগোঁহাই, কে, ৰােহিত সিংহা, এম, অভিজিৎ সিংহা, হিলেম্বা লেইচৰাম, এ. প্রিন্স সিংহা, চি.এইচ. হেমানন্দ সিংহা, চি.এইচ. মালেমগংবা সিংহা, খুমানগাংবা সিংহ ;
(জুনিয়ৰ) দীপাংকৰ লাহন, এম প্রেম কুমাৰ সিংহা, মালেমগংবা সিংহা, সুৰচান্দ সিংহা, অমৰজিৎ সিংহা,
এইচ, চিংগিয়েম্বা সিংহা, বিকাশ সিংহা, আকাশ সিংহা ; ছােৱালী (ছাব জুনিয়ৰ)– ঋতিকা সিংহা, এচ. মঞ্জুলা দেৱী, এছ সুমা সিংহা, এল. সঞ্জিতা দেৱী, অ’, জুলিয়া দেৱী, থাজামংবি সিংহা, পুষ্প ভূজেল ; (জুনিয়ৰ)
কে, দেৱিতা সিংহা, চি.এইচ. জৈফাটম্বি দেৱী, টি.এইচ. প্রেমিতা দেৱা, এইচ, সঞ্জিতা সিংহা, নম্রতা সিংহা, ইনুনগানবি চানু, পৰিটা সিংহা, প্রীতি মণ্ডা। দলৰ বিষয়বহীয়াৰ ভিতৰত আছে টি.এইচ. সুৰজিৎ সিংহা মেনেজাৰ, ছাব জুনিয়ৰ, ল’ৰা শাখা
দেবানন্দ সিংহা প্রশিক্ষক, ছাব জুনিয়ৰ, ছােৱালী শাখা ই সুনীল সিংহা • মেনেজাৰ, জুনিয়ৰ, ল’ৰা শাখা। বিদুমুখী সিংহা – প্রশিক্ষক, জুনিয়ৰ, ছােৱালী শাখা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments