Monday, October 3, 2022
HomeNews২০২৩ বিশ্বকাপত খেলাৰ মন শ্ৰীছান্তৰ

২০২৩ বিশ্বকাপত খেলাৰ মন শ্ৰীছান্তৰ

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ পুনৰ ক্ৰিকেট খেলিব বিচাৰে মেচ ফিক্সিংৰ বাবে ভাৰতীয় দলৰ পৰা নিষিদ্ধ হোৱা পেচ বলাৰ এছ শ্ৰীশান্তে। তেওঁৰ ইচ্ছা ২০২৩ ক্ৰিকেট বিশ্বকাপত ভাতীয় দলৰ হৈ খেলি দেশৰ হৈ বিশ্বকাপ জয় কৰা।

এক লাইভ ভিডিঅ’টোত লগতে শ্ৰীছান্তে কয় যে তেওঁৰ কৰা দোষৰ তুলনাত শাস্তিৰ পৰিমান অধিক হৈছে।

লগতে তেওঁ কয়, “মিছবাহ-উল-হকে ৪২ বছৰলৈ, শচীন পাজিয়ে ৪২ বছৰলৈ, ৰাহুল দ্ৰাবিড়ে ৪২ বছৰলৈ আই পি এল খেলিছিল, সেয়ে ময়ো দেশৰ হৈ বিশ্বকাপ জয় কৰিব বিচাৰো’’।

উল্লেখ্য যে, মেচ ফিক্সিংৰ বাবে ক্ৰিকেটৰ পৰা বহিস্কাৰ কৰা হৈছিল। ক্ৰিকেটাৰগৰাকীয়ে পূৰ্বৰ জাতীয় দলৰ অধিনায়ক ধোনীৰ নেতৃত্বত ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয় বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল।ভিডিঅ’টোত শ্ৰীশান্তে মহেন্দ্ৰ সিং ধোনীক প্ৰশংসা কৰি তেওঁ ২০২৩ বিশ্বকাপলৈ ধোনীয়ে খেলিব লাগে বুলিও মন্তব্য কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments