Tuesday, October 4, 2022
HomeNewsধোনীক বিশ্বকাপত দলত পুনৰ বিচাৰে শ্ৰীকান্তে

ধোনীক বিশ্বকাপত দলত পুনৰ বিচাৰে শ্ৰীকান্তে

মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী সফল অধিনায়কক পুনৰ ভাৰতীয় বিশ্বকাপ দলত বিচাৰে প্রাক্তন ক্রিকেটাৰ কৃষ্ণমাছাৰী শ্রীকান্তে৷

প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যৎ সন্দর্ভত শ্ৰীকান্তে কয় যে ভাৰতীয় ক্রিকেটলৈ ধোনীৰ অৱদান অতুলনীয়৷ কিন্তু বর্তমানৰ ফর্মৰ ওপৰত ভিত্তি কৰিহে ক্রিকেটত দল গঠন কৰা হয়৷ ধোনীয়ে যিহেতু এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা খেলপথাৰত নমা নাই গতিকে তেওঁক টি–২০ বিশ্বকাপৰ দলত অন্তর্ভুক্ত কৰাটো যথেষ্ট কঠিন সিদ্ধান্ত হ’ব৷ অৱশ্যে এগৰাকী ধোনীভক্ত হিচাপে মই ব্যক্তিগতভাৱে তেওঁক ভাৰতীয় দলত পুনৰ প্রত্যক্ষ কৰিব বিচাৰোঁ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments