Tuesday, October 4, 2022
HomeNewsজুনিয়ৰ ৰাজ্যিক বক্সিঙলৈ কাৰ্বি আংলং জিলা দল

জুনিয়ৰ ৰাজ্যিক বক্সিঙলৈ কাৰ্বি আংলং জিলা দল

অলিম্পিয়া প্ৰতিবেদন, ডিফু

অহা ৮ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ বৰপেটাত অনুষ্ঠিত হ’বলগীয়া  আন্তঃজিলা জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপলৈ কাৰ্বি আংলং জিলাৰ ১৪ জনীয়া দলটো বৃহস্পতিবাৰে  ঘোষণা কৰা হৈছে ৷ কাৰ্বি আংলং জিলা বক্সিং সন্থাৰ সম্পাদক নাৰায়ণ বসুুমতাৰীয়ে এইকথা জনাইছে ৷ ঘোষণা অনুসৰি নিৰ্বাচিত খেলুৱৈ সকল ক্ৰমে লৰাৰ শাখাত– মুছুকু পাটৰ, হৰিশ মুছাহাৰী,  সোণেশ্বৰ  খাকলাৰী, হাবেল বসুমতাৰী, ডেভিদ বসুমতাৰী, জৰছ নাৰ্জাৰী, নিতিক কুমাৰ গুপ্তা আৰু বিৰদাউ বড়ো ৷ ছোৱালীৰ শাখাত ভূমিকা গয়াৰী, সমন্যা বসুমতাৰী, সময়ৰাণী বসুমতাৰী, কানথাই বড়ো, জুলি বসুমতাৰী আৰু মেনকা বসুমতাৰী ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments