Tuesday, October 4, 2022
HomeNewsশুৱালকুছিত চিক্স এ চাইড ক্ৰিকেট প্ৰতিযোগিতা

শুৱালকুছিত চিক্স এ চাইড ক্ৰিকেট প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন, শুৱালকুছি

কামৰূপ জিলাৰ শুৱালকুছিৰ মাধৱদেৱ ক্ষেত্ৰত ১৯ আৰু ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব চিক্স এ চাইড টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। শুৱালকুছি অসম জ্যোতি ক্লাৱে আয়োজন কৰা ভৰ্তিমাচুল ৭০০ টকা নিৰ্ধাৰিত খেলখনত প্ৰথম পুৰস্কাৰ স্বৰ্গীয় ৰামচৰণ বৈশ্য সোঁৱৰণী বঁটা সহ ১৫ হাজাৰ টকা,দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় উমেশ চন্দ্ৰ মেধি সোঁৱৰণী বঁটা সহ ১০হাজাৰ টকাৰ উপৰি চুড়ান্ত খেলৰ মেন অৱ দ্য মেচ, মেন অৱ দ্য ছিৰিজ ট্ৰফীসহ নগদ ধনৰ লগতে প্ৰতিখন খেলতে বহু আকৰ্ষণীয় বঁটা আগবঢ়োৱা হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ ৮৭২১৯-২২৭৩০ আৰু ৬০০২৪৭-৪৭২৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাই অনুৰোধ জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments