Sunday, October 2, 2022
HomeNewsৰাষ্ট্ৰীয় টাং ছু ড' অসমৰ সাফল্য

ৰাষ্ট্ৰীয় টাং ছু ড’ অসমৰ সাফল্য

যোৱা ১৯ -২০ জুনত অসমে অনুষ্ঠিত কৰা দ্বিতীয় ৰাষ্ট্ৰীয় টাং ছু ড’ ভাচুৱেল চেম্পিয়নশ্বিপ ২০২১অত অসমৰ মুঠ ৫০ গৰাকী খেলুৱৈয়ে ৭৬ টা বিভিন্ন শাখা বোৰ ক্ৰমে কাটা,speed kicks, Aero martial arts আৰু weapon kata অত অংশ গ্ৰহন কৰি ১৫ টা সোণ, ১৪ টা ৰূপৰ আৰু ১৯ টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সকলো পদক পোৱা খেলুৱৈ সকলক অসমৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈয়ে শুভেচ্ছা জনাইছে। ভাচুৱেল চেম্পিয়নশ্বিপখন সুকলমে অনুষ্ঠিত কৰাত দিহা পৰামৰ্শ দিয়া সকলাকে সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনায় সন্হাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments