Monday, October 3, 2022
HomeNewsক'ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইনাই দিলে ৫২ লাখ টকা

ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইনাই দিলে ৫২ লাখ টকা

olympiasports.in

ভাৰতত মাৰাত্মক ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৫২ লাখ টকাৰ অনুদান আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাইলিছ বেটছমেন সুৰেশ ৰাইনাই। এই কথা ক্ৰিকেটাৰগৰাকীয়ে নিজে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে।

ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ টুইটাৰত উল্লেখ কৰা অনুসৰি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজুলৈ ৩১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ২১ লাখ টকাৰ অনুদান।

নিজৰ টুইটাৰ একাউণ্টত ৰাইনাই এই অনুদানৰ বিষয়ে সবিশেষ লিখিছে এইদৰে- ‘ কভিড-১৯ ক হৰুৱাবলৈ আমি সকলোৱে আগবাঢ়ি অহাৰ এয়া উপযুক্ত সময়।ক’ৰনাৰ বিৰুদ্ধে চলি থকা যুজঁৰ বাবে ম‌ই মুঠ ৫২ লাখ টকা আগবঢ়াব বিচাৰিছোঁ। আপোনালোকেও নিজৰ দায়িত্ব পালন কৰক। জয় হিন্দ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments