Monday, October 3, 2022
HomeNews৮০ গৰাকী দৰিদ্ৰ ভলীবল খেলুৱৈৰ পৰিয়াললৈ সুশান্ত বিশ্ব শৰ্মাৰ সাহায্য

৮০ গৰাকী দৰিদ্ৰ ভলীবল খেলুৱৈৰ পৰিয়াললৈ সুশান্ত বিশ্ব শৰ্মাৰ সাহায্য

olympiasports.in

কৰ’না মহামাৰীৰ বাবে অসহায় হৈ পৰা দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াইছে আৰক্ষী বিষয়া তথা অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মাই।

নলবাৰী জিলাৰ পূব নলবাৰী ক’চিং চেণ্টাৰৰ পৰিচালনাত শৰ্মাই পূব নলবাৰীৰ জাজিয়াবাৰীৰ প্ৰায় ৮০ গৰাকী দৰিদ্ৰ ভলীবল খেলুৱৈৰ পৰিয়ালক সাহায্য বিতৰণ কৰে। এই সাহায্য টোপোলাত আছিল চাউল, দাইল, আলু, মিঠাতেল, নিমখ, পিয়াঁজ আদি।

আৰক্ষী বিষয়া তথা অসম ভলীবল সন্থাৰ সভাপতিগৰাকীৰ এনে কাৰ্যক এতিয়া অঞ্চলটোৰ বিভিন্নজনে প্ৰসংশা কৰিছে। ইয়াৰ উপৰিও পূব নলবাৰী ভলীবল ক’চিং চেণ্টাৰৰ তৰফৰ পৰাও লকডাউনৰ এই সময়ছোৱাত আৰ্তজনৰ মাজত সহায়ৰ হাত আগবঢ়াই আহিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments