Wednesday, August 10, 2022
HomeNewsগোলাঘাটত টাইকোৱানডো ৰেড বেল্ট পৰীক্ষা

গোলাঘাটত টাইকোৱানডো ৰেড বেল্ট পৰীক্ষা

✍️ মৃদুল শৰ্মা

গোলাঘাটৰ প্ৰবীন কুমাৰ গগৈ ইনড’ৰ ষ্টেডিয়ামত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পূৱ মণ্ডল টাইকোৱাণ্ডো সন্থাৰ অন্তৰ্গত দহখন জিলাৰ ৰেড ওৱান বেল্ট পৰীক্ষা অনুষ্ঠিত হৈছে৷ ১৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ তথা পৰীক্ষাৰ শুভ উদ্বোধন কৰে গোলাঘাট জিলা টাইকোৱানডো সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱাই ৷ পূৱ মণ্ডলৰ টাইকোৱাণডো সন্থাৰ তত্বাৱধানত গোলাঘাট জিলা টাইকোৱাণডো সন্থাই আয়োজন কৰা পৰীক্ষাত সন্থাৰ পূব মণ্ডলৰ সম্পাদক অভিজিৎ দত্তক নিৰীক্ষক, সহ-সম্পাদক শৰৎ শইকীয়াক পঞ্জীয়ক, এন এচ এ প্ৰশিক্ষক ঈশ্বৰজিৎ মেইটেইক মুখ্য প্ৰশিক্ষক আৰু চিকাৰী মুণ্ডাক সহঃ প্ৰশিক্ষক হিচাপে দ্বায়িত্ব প্ৰদান কৰা হৈছে৷ল

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments