Friday, September 30, 2022
HomeNewsশিৱসাগৰ সিংহদুৱাৰত আন্তঃক্লাব টাইকোৱান-ডো প্ৰতিযোগিতা

শিৱসাগৰ সিংহদুৱাৰত আন্তঃক্লাব টাইকোৱান-ডো প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

শিৱসাগৰ জিলাৰ অন্তৰ্গত সিংহদুৱাৰ টাইকোৱান-ডো একাডেমীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শিৱসাগৰ সিংহদুৱাৰ ৰঙ্গমঞ্চত ১৭ এপ্ৰিলত অনুষ্ঠিত হ’ব আমন্ত্ৰণমূলক শিৱসাগৰ জিলা আন্তঃক্লাব টাইকোৱান-ডো প্ৰতিযোগিতা-২০২২ । সেই উদ্দেশ্যে শিৱসাগৰ নগৰ, সিংহদুৱাৰ, নাজিৰা, দিখৌমুখ, চাৰিং, ডিমৌ আদি জিলাখনৰ বিভিন্ন স্থানত চলি আছে টাইকোৱান-ডোৰ প্ৰশিক্ষণ ৷

শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত হ’ব লগা আন্তঃক্লাৱ টাই-কোৱান-ডো প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব জিলাখনৰ প্ৰায় ২০০ প্ৰতিযোগীয়ে ৷

প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ দলক ট্ৰফী আৰু প্ৰাইজমানি প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈ গৰাকীক “যুঁজাৰু-ট্ৰফী” আৰু প্ৰাইজমানি প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments