Monday, October 3, 2022
HomeNewsউজনি অসম টাং ছ্যু ডো স্পৰ্টছ চেম্পিয়নশ্বিপ

উজনি অসম টাং ছ্যু ডো স্পৰ্টছ চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

অহা ২ এপ্ৰিলত শিৱসাগৰত অনুষ্ঠিত হ’ব প্ৰথম উজনি অসম টাং ছ্যু ডো স্পৰ্টছ চেম্পিয়নশ্বিপ । অসম টাং ছ্যু ডো সন্থাৰ সৌজন্যত দৰবাৰ টাং ছ্যু ডো ক্লাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে । খেলৰ স্থান হ’ল শিৱসাগৰ নগৰৰ দৰবাৰ ফিল্ড ইনড’ৰ ষ্টেডিয়াম । এই বাতৰি প্ৰেৰণ কৰিছে অসম টাং ছ্যু ডো সন্থাৰ সম্পাদক দেৱজিৎ গগৈয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments