Sunday, October 2, 2022
HomeNewsভাৰতীয় টেনিছ দলত অসমৰ মৃদুল বৰকাকতি

ভাৰতীয় টেনিছ দলত অসমৰ মৃদুল বৰকাকতি

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় টেনিছ দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ এগৰাকী আগশাৰীৰ খেলুৱৈয়ে । নাম তেওঁৰ কৰ্ণেল মৃদুল বৰকাকতি । আমেৰিকাৰ ফ্লৰিডা পাম বীছ কাউন্ট্ৰীত অহা ২৪-২৯ এপ্ৰিলত হ’ব লগা ৬৫ বছৰ ঊৰ্ধৰ আই টি এফ ছুপাৰ ছিনিয়ৰছ বিশ্ব দলীয় টেনিছ চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাত ভাৰতীয় ছিনিয়ৰ দলত বাছনি লাভ কৰা বাবে সদৌ অসম টেনিছ সন্থাই বৰকাকতিক অভিনন্দন জ্ঞাপন কৰিছে । এই বাতৰি প্ৰেৰণ কৰিছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments