Tuesday, October 4, 2022
HomeNewsগুৱাহাটীৰ পি এছ পি বি টেনিছত খেলিব সুমিত নাগপাল, য়ুকি ভামব্ৰী, ৰোহন...

গুৱাহাটীৰ পি এছ পি বি টেনিছত খেলিব সুমিত নাগপাল, য়ুকি ভামব্ৰী, ৰোহন বোপান্না, অংকিতা ৰাইনাই

অলিম্পিয়া প্ৰতিবেদন

নুমলীগড় তেল শোধনাগাৰ চমুকৈ এন আৰ এলৰ উদ্যোগত অহা ২৭ মাৰ্চৰ পৰা গুৱাহাটীত অনুস্থিত হ’ব ৪০ সংখ্যক পি এছ পি বি (পেট্ৰ’লিয়াম স্পৰ্টছ প্রমোচন বৰ্ড) অান্ত:গোট লন টেনিছ টুৰ্ণামেন্ট | খেলসমুহ অনুস্থিত হ’ব চচল টেনিছ প্রকল্পত | অহা ৩১ মাৰ্চত অন্ত পৰিব লগা এই প্রতিযোগিতাত দেখিবলৈ পোৱা যাব দেশৰ কেইবা গৰাকীও তাৰকা টেনিছ খেলুৱৈক । ইয়াৰ ভিতৰত আছে সুমিত নাগপাল, ৰামকুমাৰ ৰামানাথন, অংকিতা ৰাইনা , য়ুকি ভামব্ৰী , ৰিয়া ভাটিয়া, ৰোহন বোপান্না, জে বিষ্ণুবৰ্ধন আদি | তেওঁলোকে দেশৰ বিভিন্ন তৈল প্রতিষ্ঠানত কৰ্ম সুত্রে জড়িত হোৱাৰ বাবে এই পি এছ পি বি টেনিছ টুৰ্ণামেন্টত খেলিব | আয়োজক নুমলীগড় তেল শোধনাগাৰকে ধৰি ৮ টা তৈল খণ্ডৰ প্রতিষ্ঠানে এই প্ৰতিযোগিতাত অংশগ্রহণ কৰিব | এই কথা জনাইছে এন আৰ এলৰ হৈ প্রিয়ংকা হাজৰিকাই |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments