Tuesday, October 4, 2022
HomeNewsঘোষণা কৰা হ'ল টকিঅ'অলিম্পিকৰ নতুন সময়সূচী

ঘোষণা কৰা হ’ল টকিঅ’অলিম্পিকৰ নতুন সময়সূচী

  • আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে টকিঅ’ অলিম্পিক এবছৰ পিছুৱাই দিয়াৰ পিছত আজি পুনৰ প্ৰতিযোগিতাখনৰ নতুন তাৰিখ ঘোষণা কৰিলে।
  • আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে আজি এক বৈঠকৰ অন্তত টকিঅ’ অলিম্পিক নতুন তাৰিখ ২০২১ চনৰ ২৩ জুলাই নিৰ্ধাৰণ কৰিছে।
  • প্ৰতিযোগিতাখনৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব ২০২১ চনৰ ২৩ জুলাই তাৰিখে।
  • আনহাতে ২০২১চনৰ ২৪ আগষ্টৰ পৰা আৰম্ভ হ’ব পেৰা অলিম্পিক প্ৰতিযোগিতা।
  • সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছে মহামাৰীৰ ৰূপ ধৰাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক পিছুৱাই দিবলৈ আয়োজকসকল বাধ্য হৈছিল।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments