Monday, July 4, 2022
HomeNewsUEFA ইউৰো কাপৰ গ্ৰুপৰ তালিক প্ৰকাশ : ডিফেণ্ডিং চেম্পিয়ন পৰ্তুগাল লগত বিশ্ব...

UEFA ইউৰো কাপৰ গ্ৰুপৰ তালিক প্ৰকাশ : ডিফেণ্ডিং চেম্পিয়ন পৰ্তুগাল লগত বিশ্ব চেম্পিয়ন ফ্ৰান্স গ্ৰুপ Fত

২০২১ ত অনুষ্ঠিত হবলগীয়া UEFA ইউৰো কাপৰ বাবে গ্ৰুপৰ তালিক প্ৰকাশ পাইছে।এই তালিকাত ডিফেণ্ডিং চেম্পিয়ন পৰ্তুগাল লগত বিশ্ব চেম্পিয়ন ফ্ৰান্স, জাৰ্মানি আৰু হাংগেৰীৰ সৈতে গ্ৰুপ Fত স্থান দিয়া হৈছে।

আনহাতে তিনিবাৰৰ ইউৰো চেম্পিয়ন স্পেইনক ছুইডেন, পোলেণ্ড আৰু শ্লোভাকিয়াৰ লগত গ্ৰুপ Eত স্থান দিয়া হৈছে।

সেইদৰে গ্ৰুপ D ত আছে ইংলেণ্ড, ক্ৰোৱেছিয়া, স্কটলেণ্ড আৰু চেক গণৰাজ্য।

গ্ৰুপ C ত আছে নেদাৰলেণ্ড, ইউক্ৰেইন অষ্ট্ৰীয়া আৰু নৰ্থ মেচিদনিয়া।

গ্ৰুপ B ত আছে ডেনমাৰ্ক, ফিনলেণ্ড, বেলজিয়াম আৰু ৰাছিয়া।

গ্ৰুপA ত আছে টুৰ্কী, ইটালী, ৱেলছ আৰু ছুইজাৰলেণ্ড।

কৰনা মহামাৰীৰ বাবে এবছৰ পিছুৱাই দিবলগীয়া হোৱা ইউৰো কাপৰ ২০২১ চনৰ ১১ জুনৰ পৰা ১১ জুলাইত ১৬ সংখ্যক সংস্কৰণ অনুষ্ঠিত হব। প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ভিডিঅ ৰেফাৰীৰ ব্যৱহাৰ কৰা হব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments