Tuesday, October 4, 2022
HomeNews১৭ বছৰ অনূৰ্ধ্ব ফিফা মহিলা বিশ্বকাপৰ নতুন দিন ঘোষণাই দলক পুনৰুজ্জীৱিত কৰিব...

১৭ বছৰ অনূৰ্ধ্ব ফিফা মহিলা বিশ্বকাপৰ নতুন দিন ঘোষণাই দলক পুনৰুজ্জীৱিত কৰিব :টমাছ ডেনাৰবাই

অলিম্পিয়া বাৰ্তা

১৭ বছৰ অনূৰ্ধ্ব ভাৰতীয় মহিলা ফুটবল দলৰ মুখ্য প্ৰশিক্ষক টমাছ ডেনাৰবাইয়ে অনুভৱ কৰে যে বিশ্ব কাপৰ নতুন দিন ঘোষণাই খেলুৱৈলকলক মনোযোগেৰে প্ৰতিযোগিতাৰ বাবে পুনৰ প্ৰস্তুতি চলাবলৈ অনুপ্রাণিত কৰিব আৰু ই দলটোক পুনৰুজ্জীৱিত কৰি তুলিব। ভাৰতীয় ফুটবল দলৰ ফে’চবুক পেজৰ এক লাইভ ভিডিঅ’ত প্ৰশিক্ষকগৰাকীয়ে এই মন্তব্য কৰে।

উল্লেখযোগ্য যে ১৭ বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপ ফুটবল অহা নৱেম্বৰত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ফিফাই প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। নতুন সময়সূচী অনুসৰি, ২০২১ বৰ্ষৰ ১৭ ফেব্রুৱাৰীৰ পৰা ৭ মাৰ্চলৈ প্ৰতিযোগিতাখন ভাৰতৰ পাঁচটা বিভিন্ন স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ইতিমধ্যে ফিফাই ঘোষণা কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments