Friday, September 30, 2022
HomeNewsবিৰাট কোহলীৰ অনাকাংক্ষিত ৰেকৰ্ড

বিৰাট কোহলীৰ অনাকাংক্ষিত ৰেকৰ্ড

সততে ইটোৰ পিছত সিটো অভিলেখ স্থাপনেৰে বাতৰিৰ শিৰোনাম দখল কৰি থাকে বিৰাট কোহলীয়ে। ইয়াৰে প্ৰায়বোৰ অভিলেখেই কোহলীৰ অনুৰাগীসকলক আনন্দ দিয়ে। কিন্তু এইবাৰ ভাৰতীয় ক্ৰিকেট অধিনায়কজন এটা অনাকাংক্ষিত অভিলেখৰ গৰাকী হৈছে। সদ্যসমাপ্ত ভাৰত-নিউজিলেণ্ডৰ এদিনীয়া শৃংখলাটোত ভাৰতে কোহলীৰ নেতৃত্বত হোৱাইটৱাছৰ সন্মুখীন হয়। ৩ খন বা ততোধিক এদিনীয়া মেচৰ এটা শৃংখলাত হোৱাইটৱাছৰ সন্মুখীন হোৱা বিৰাট হৈছে চতুৰ্থজন অধিনায়ক। ইয়াৰ আগেয়ে কপিল দেৱ, দিলীপ ভেংচৰকাৰ আৰু শচীন টেণ্ডুলকাৰে এনেদৰে তিনিখন মেচৰ শৃংখলাত হোৱাইটৱাছৰ সন্মুখীন হৈছিল। ভাৰত শেষৰটো হোৱাইটৱাছৰ সন্মুখীন হৈছিল শচীন টেণ্ডুলকাৰৰ নেতৃত্বত ১৯৯৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments