Thursday, July 7, 2022
HomeNewsৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ত চাকৰি

ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ত চাকৰি

অলিম্পিয়া প্ৰতিবেদন

ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু আৰু যুৱ কল্যান মন্ত্রালয়ৰ অধীনৰ মণিপুৰৰ ইম্ফলস্থিত আগশাৰীৰ কেন্দ্রীয় শিক্ষানুষ্ঠান ৰাষ্ট্রীয় ক্রীড়া বিশ্ববিদ্যালয়ত(National Sports University) মুকলি হৈছে বিভিন্ন পদ। পদসমূহৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে।

এই সম্পৰ্কে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি তলত উল্লেখিত বিভাগত অধ্যাপকৰ খালি থকা পদৰ বাবে আৱেদন কৰা হৈছে-(1) Physical Education, (2) Sports Coaching– Athletics, Badminton, Swimming, Archery, Boxing, Football, Weightlifing, Shooting, (3) Sports Phychology, (4) Sports Physiology, (5) Soprts Science–Nutrition, Boimechanics/Kineseology, Sports Medicine৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ ৰাষ্ট্রীয় ক্রীড়া বিশ্ববিদ্যালয়ৰ ৱেবছাইটwww.nsu.ac.in লগ–ইন কৰিব পাৰিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ, ২০২০৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন recruitment@gmail.com ই–মেইলযোগে প্রেৰণ কৰিব লাগিব৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments