Monday, October 3, 2022
HomeNewsপ্ৰসিদ্ধ ফুটবলাৰ আব্দুল লটিফৰ বিয়োগত ভি চি চি এ এৰ সম্পাদক নাছিৰ...

প্ৰসিদ্ধ ফুটবলাৰ আব্দুল লটিফৰ বিয়োগত ভি চি চি এ এৰ সম্পাদক নাছিৰ গোল খানৰ শোক

Olympia sports.in

অসমৰ প্ৰসিদ্ধ ফুটবলাৰ আব্দুল লটিফৰ বিয়োগত ভেটাৰ্ন ক্ৰিকেটাৰ এচ’ছিয়েচশ্যন অব আছাম চমুকৈ ভি চি চি এ এৰ তৰফৰ পৰা সাধাৰণ সম্পাদক নাছিৰ গুল খানে শোক প্ৰকাশ কৰিছে।

শোক বাৰ্তাটোত নাছিৰে কয় যে অসমৰ লগতে লগতে ভাৰতৰ ফুটবলৰ জগতখনত প্ৰয়াত আব্দুল লটিফৰ নাম সোণালী আখৰেৰে লিখা ৰ’ব। ভেটাৰ্ন ক্ৰিকেটাৰ এচ’ছিয়েচশ্যন অব আছামে অসমৰ ফুটবলৰ জগতলৈ প্ৰয়াত আব্দুল লটিফে আগবঢ়োৱা অৱদানক মনত ৰাখিব।

প্ৰয়াত আব্দুল লটিফৰ বিদেহ আত্মাই চিৰ শান্তি লাভ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ ভেটাৰ্ন ক্ৰিকেটাৰ এচ’ছিয়েচশ্যন অব আছামৰ তৰফৰ হৈ সম্পাদক নাছিৰ গুল খানে সমবেদনা জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments