Thursday, July 7, 2022
HomeNewsসাত লাখ টকাৰ পানী পান কৰে বিৰাটে

সাত লাখ টকাৰ পানী পান কৰে বিৰাটে

অলিম্পিয়া প্ৰতিবেদন

বিশ্বৰ অন্যতম শ্রেষ্ট ক্ৰিকেটাৰ বিৰাট। ২২ গজত বেট হাতত তুলি ল’লেই অভিলেখৰ পাহাৰ গঢ়ে কোহলিয়ে। ক্ৰিকেট পাৰদৰ্শিতাৰ লগতে ক্ৰিকেটাৰজনৰ ফিটনেছৰ প্ৰতি থকা পাগলপনে তেওঁৰ অনুৰাগীসকলক সদায় আকৰ্ষণ কৰি আহিছে। সকলোৱে জানিব বিচাৰে তেওঁৰ ফিটনেছৰ ৰহস্য। নিজৰ শৰীৰৰ প্রতি বিশেষভাৱে সচেতন বিৰাটে পানী খোৱাটো মানি চলে বিশেষ নিয়ম। খায়ো বিশেষ ব্ৰেণ্ডৰ পানী। সেই পানীৰ বিনিময়ত খৰছ কিমান কৰে সেয়া জানিলে আপোনাৰ চকু কপালত উঠিব।

বছৰি বিৰাটে কেৱল পানী খোৱাৰ নামত খৰছ কৰে ৭ লাখ। এক লিটাৰ পানীৰ দাম প্ৰায় ৬০০ টকা। জনা যায় যে বিৰাটে ফ্ৰান্সৰ এটা ব্ৰেণ্ডৰ পানী ব্যৱহাৰ কৰে। ব্ৰেণ্ডটোৰ নাম এভিয়েন। এসময়ত প্ৰচুৰ ফাষ্ট ফুড গ্ৰহণ কৰা কোহলিয়ে পিছলৈ সকলো ফাষ্ট ফুড বাদ দিয়াৰ উপৰি আমিষ খাবলৈও বাদ দিয়ে। সম্পূৰ্ণ নিৰামিষাহাৰী হৈ পৰে বিৰাট।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments