Tuesday, October 4, 2022
HomeNewsটি-টুৱেন্টিক বিদায় জনাব কোহলীয়ে!!

টি-টুৱেন্টিক বিদায় জনাব কোহলীয়ে!!

টি টুৱেন্টি ক্ৰিকেটক বিদায় জনাব নেকি অধিনায়ক বিৰাট কোহলীয়ে? নিউজীলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ আগমুহূৰ্তত এতিয়া চৰ্চা চলিছে বিৰাট কোহলীয়ে টি টুৱেন্টিক বিদায় জনোৱাক লৈ। ক্ৰিকেটৰ পথাৰৰ তীব্ৰ হেঁচা কিছু কম কৰাৰ বাবে টি টুৱেন্টিক বিদায়ো জনাব পাৰে ভাৰতীয় অধিনায়কগৰাকীয়ে।

তাৰেই যেন এক ইংগিত দিলে ৰানমেচিন হিচাবে খ্যাত ক্ৰিকেটাৰগৰাকীয়ে। এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নত কোহলীয়ে কয় যে, তেওঁ এতিয়াৰ পৰাই ২০২৩ৰ বিশ্বকাপ ক্ৰিকেটৰ বাবে নিজকে সাজু কৰি তুলিবলৈ চেষ্টা কৰিছে। কিন্তু ২০২১ৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পিছতে কোহলীয়ে নিজৰ কেৰিয়াৰৰ ওপৰত সিদ্ধান্ত ল’ব। যদি অনাগত সময়ত ক্ৰিকেট পথাৰৰ হেঁচা অধিক হয় আৰু ইয়াৰ প্ৰভাৱ ২০২৩ত ভাৰতত হ’বলগীয়া বিশ্বকাপত পৰা যেন দেখে, তেন্তে টি টুৱেন্টি ক্ৰিকেটক তেওঁ বিদায় জনাব!

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments