Tuesday, October 4, 2022
HomeNewsচতুৰ্থ সংখ্যক নেচনেল মাষ্টাৰ গেমছলৈ ভলীবল দল ঘোষণা

চতুৰ্থ সংখ্যক নেচনেল মাষ্টাৰ গেমছলৈ ভলীবল দল ঘোষণা

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অহা ১৮ মেৰ পৰা ২২ মেলৈ কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ সংখ্যক নেচনেল মাষ্টাৰ্ছ গেমছৰ ভলীবল বিভাগত অংশ গ্ৰহন কৰাৰ বাবে অসমৰ ৫০ আৰু ৪০ বছৰ উৰ্দ্ধৰ পুৰুষৰ দল দুয়োটা আজি ঘোষণা কৰিছে অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সাধাৰণ সম্পাদক ভবেন্দ্ৰ কুমাৰ ডেকাই । ৫০ বছৰ উৰ্দ্ধৰ খেলুৱৈ সকলৰ নাম হ’ল– গনেশ কুমাৰ, অৰূপ কুমাৰ দাস, নিৰেণ শৰ্মা, উৎপল ভট্ট, প্ৰতাপ তালুকদাৰ, বীৰেণ কুমাৰ শৰ্মা, বলোৰাম ডেকা, পুলক মেধি, প্ৰতুল ভট্যাচাৰ্য । আনহাতে ৪০ বছৰ খেলুৱৈ সকলৰ নাম হৈছে– তপন বৰ্মন, নয়ন তালুকদাৰ, দেৱজিৎ ঠাকুৰীয়া, হেমন্ত গগৈ, নাছিৰুদ্দিন আহমেদ, জিয়াউল হ’ক, মনজিৎ পাঠক, উৎপল দাস, দীপাংঙ্কৰ ডেকা । দল দুয়োটাৰ মুখ্য প্ৰশিক্ষক দীপক কুমাৰ দাস, সহঃ প্ৰশিক্ষক হৰিশ গোস্বামী আৰু মেনেজাৰ নৃপেন্দ্ৰ দাস ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments