Monday, October 3, 2022
HomeNewsআন্তঃজিলা ভলীবল,গুৱাহাটী ৰাণাৰ আপ

আন্তঃজিলা ভলীবল,গুৱাহাটী ৰাণাৰ আপ

অলিম্পিয়া প্ৰতিবেদন

মৰাণত ৩ ডিচেম্বৰৰপৰা আৰম্ভ হোৱা সদৌ অসম আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপত গুৱাহাটী ক্ৰীড়া সংস্থাৰ ছোৱালী দল ৰাণাৰ আপ হৈছে ৷ সোমবাৰৰ সন্ধিয়া ডিব্ৰুগড়ৰ বিৰুদ্ধে অনুষ্ঠিত ফাইনেলত গুৱাহাটী দলটো ২৬-২৪, ২৫-০৭, ২৪-২৬ আৰু ২৫-১৮ ব্যৱধানত পৰাস্ত হয় ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments