Tuesday, October 4, 2022
HomeNewsৱাছিম জাফৰে গঠন কৰিলে অল টাইম মুম্বাই একাদশ

ৱাছিম জাফৰে গঠন কৰিলে অল টাইম মুম্বাই একাদশ

olympiasports.in

ঘৰুৱা ক্ৰিকেট প্ৰখ্যাত ক্ৰিকেটাৰ ৱাছিম জাফৰে অল টাইম মুম্বাই-১১ ক্ৰিকেট দল গঠন কৰিছে। নিজৰ টুইটাৰৰ জৰিয়তে ৱাছিম জাফৰে অল টাইম মুম্বাই একাদশৰ তালিকাখন ৰাজহুৱা কৰিছে। জাফৰে পূৰ্বৰ ক্ৰিকেটাৰ সুনিল গাভাস্কাৰক এই একাদশৰ অধিনায়ক হিচাপে ৰাখিছে। এই একাদশৰ তালিকাখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত জাফৰে ১৯৭০ চনৰ পিচৰ মুম্বাইৰ ক্ৰিকেটাৰসকলক গুৰুত্ব প্ৰদান কৰিছে। প্ৰখ্যাত ক্ৰিকেটাৰ সুনিল গাভাস্কাৰক একাদশৰ অধিনায়ক হিচাপে ৰখাৰ উপৰিও ৰোহিত শৰ্মাৰ লগত অপেনাৰ হিচাপেও ৰাখিছে।

ইয়াৰ উপৰিও জাফৰৰ এই একাদশত শচীন তেণ্ডুলকাৰকে ধৰি মুম্বাইৰ বহু প্ৰখ্যাত ক্ৰিকেটাৰে স্থান লাভ কৰিছে। জাফৰৰ এই টুইটৰ পিছতে অৱশ্যে ভাৰতীয় ক্ৰিকেটদলৰ অন্যতম সফল স্পিন বলাৰ ৰবিচন্দ্ৰন আশ্বিনে টুইট কৰি জাফৰে নিজৰ নাম তালিকাত অন্তৰ্ভুক্ত নকৰাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে। আনহাতে জাফৰৰ এই তালিকাত মুম্বাইৰ আন এগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰ অমল মজুমদাৰক বাদ দিছে। যাৰ বাবে অনুৰাগী সকলে এই বিষয়টো জাফৰক উনুকিয়াই দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments