Wednesday, October 5, 2022
HomeNewsৰাষ্ট্ৰীয় ভাৰোত্তোলনৰ বাবে অসমৰ বৃহৎ দল,৩২ জনীয়া দলত খেলুৱৈ ২৭

ৰাষ্ট্ৰীয় ভাৰোত্তোলনৰ বাবে অসমৰ বৃহৎ দল,৩২ জনীয়া দলত খেলুৱৈ ২৭

অলিম্পিয়া প্ৰতিবেদন

অহা ১৯- ৩১ মাৰ্চত উডিছাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপ । ইয়ুথ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ বিভিন্ন ওজন গোটত হ’ব লগা এই প্ৰ্তিযোগিতাৰ বাবে ৰাজ্যিক দলটো ঘোষণা কৰিছে অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে । ৩২ জন সদস্যৰে গঠিত ৰাজ্যিক দলটোত ২৭ গৰাকী খেলুৱৈ, চাৰি গৰাকী প্ৰশিক্ষক আৰু এগৰাকী মেনেজাৰ আছে । নিৰ্বাচিত দলটো হ’ল – ইয়ুথ : চিত্ৰপ্ৰভা চেতিয়া, ৰেখামনি গগৈ, আইচেংফা গগৈ, নাং চেংফা বৰগোঁহাই, স্ংগীতা সাদনিদাৰ; জুনিয়ৰ : গীতাশ্ৰী সোণোৱাল, বিবাৰী বড়ো, দিতিমণি সোণোৱাল, দ্বীপশিখা বড়ো; ছিনিয়ৰ : বৰ্ণালী বৰা, মধুস্মিতা বৰুৱা, দিম্পী দত্ত; ইয়ুথ : আয়ুস ৰায়, বেদব্ৰত ভাৰতী, প্ৰবাল প্ৰতিম গগৈ, সুদিত্য বৰুৱা, কপিল সোণোৱাল, নীৰজ প্ৰধান; জুনিয়ৰ : সুৰজিৎ চাংমাই, মৃদুপন চেতিয়া, ত্ৰিদীপ বৰুৱা; ছিনিয়ৰ : সিধান্ত গগৈ, পাপুল চাংমাই, সৌৰভ গগৈ, জমিৰ হুছেইন, চম্পক দত্ত, আৰু পৰশ সোণোৱাল । দলৰ প্ৰশিক্ষক- অনুপ কোঁৱৰ, ধ্ৰুৱজ্যোতি বৰা, পাৰ্বতী টামাং, উপলক্ষ্য ৰাভা আৰু মেনেজাৰ দুলজিৎ বৰুৱা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments