Friday, September 30, 2022
HomeNewsনগাঁও জিলা ভাৰোত্তোলন দল ঘোষণা

নগাঁও জিলা ভাৰোত্তোলন দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

বিশ্বনাথ চাৰিআলিত অহা ১২-১৫ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৪৯সংখ্যক সদৌ অসম আন্তঃজিলা ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ঘোষণা কৰা নগাঁও জিলা দলটোৰ খেলুৱৈসকল হ’ল–দীপাংশু দীপ্ত বৰা,দিগন্ত ফুকন,মাৰুফ তনবীৰ,চিৰাগ ৰিহান হুছেইন,বিকাশ চেতীয়া,অৰিন্দম কোঁৱৰ,প্ৰাণজিত ৰাজবংশী,বিদ্যুৎ বৰা,ইমতিয়াজ ৰহমান(পুৰূষ) আৰু দিব্যা শইকীয়া,বিণ্টি বৰা,লাকী দাস,কাশ্মীৰি কাশ্যপ আৰু মৌচুমী বৈশ্য(মহিলা) । নগাঁও জিলা ভাৰোত্তোলন সন্থাৰ সভাপতি অসীম কুমাৰ ভাৱালে জনোৱামতে জিলাখনৰ ডাকৰঘাটত দেওবাৰে অনুষ্ঠিত নগাঁও জিলা ভাৰোত্তোলন প্ৰতিযোগিতাত খেলুৱৈসকলে দেখুওৱা প্ৰদৰ্শনৰ পৰাই বাছনি কৰা উল্লেখিত দলটোৰ সৈতে মেনেজাৰৰূপে চাহিল হুছেইন আৰু প্ৰশিক্ষকৰূপে অৰূপ বৰা আছে ।

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments