Tuesday, July 5, 2022
HomeNewsডিফু ক্ৰীড়া সন্থাৰ উদ্যোগত মহিলা ফুটবল প্ৰতিযোগিতা

ডিফু ক্ৰীড়া সন্থাৰ উদ্যোগত মহিলা ফুটবল প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

আজিৰে পৰা কাৰ্বিআংলং ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক গ্ৰেটাৰ মহিলা ফুটবল লীগৰ। গ্ৰেটাৰ ডিফু ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত প্রতিযোগিতাখন আজি উদ্বোধন কৰে কাৰ্বিআংলঙৰ ক্ৰীড়া বিষয়া দিলীপ ৰংহাঙে।

অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিছা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ সিং ৰংহাঙ, কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণ, সহকাৰী সম্পাদক প্ৰদীপ ৰংহাং, কোষাধ্যক্ষ কেনছিং ইংতিকে আদি কৰি জিলাখনৰ বিশিষ্ট ব্যক্তিসকল।

প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখনত আজি ডলডনী এফ চিৰ মুখামুখি হয় পেকলাৰ এফ চি। মেচখন ফলাফল বিহীনভাৱে অন্ত পৰে। মুঠ ৬ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ অন্ত পৰিব ২০ নৱেম্বৰত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments