Wednesday, October 5, 2022
HomeNewsবিশ্ব ৰেচ ৱাকিং দলীয় চেম্পিয়নশ্বিপত ভাৰতৰ পদক জয়

বিশ্ব ৰেচ ৱাকিং দলীয় চেম্পিয়নশ্বিপত ভাৰতৰ পদক জয়

অলিম্পিয়া প্ৰতিবেদন

ওমানৰ ৰাজধানী চহৰ মাস্কটত অনুষ্ঠিত বিশ্ব ৰেচ ৱাকিং মহিলাৰ দলীয় চেম্পিয়নশ্বিপত ভাৰতে ব্ৰঞ্জৰ পদক জয় কৰিছে । শুকুৰবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাৰ দূৰত্ব আছিল ২০ কিলোমিটাৰ । এই পদকৰ জড়িয়তে ভাৰতীয় মহিলা এথলীটৰ দলটোৱে এক নতুন ইতিহাস গঢ়িলে । পদক জয়ী ভাৰতীয় দলটো হ’ল ভাৱনা জাট, ৰবিনা আৰু মুনিতা প্ৰজাপতি । প্ৰতিযোগিতাত চীনে স্বৰ্ণ আৰু গ্ৰীচে ৰজত পদক লাভ কৰে । এই পদকৰ যোগেদি ৬১ বছৰীয়া বিশ্ব ৰেচ ৱাকিং দলীয় চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা দলে প্ৰথমবাৰলৈ পদক অৰ্জন কৰিলে । ইয়াৰ পূৰ্বে ২০১২ চনত ভাৰতীয় পুৰুষ দলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments