Tuesday, October 4, 2022
HomeNewsক্ৰিকেটাৰৰ পৰা মালি হ'ল পাঠান

ক্ৰিকেটাৰৰ পৰা মালি হ’ল পাঠান

olympiasports.in

লকডাউনৰ বাবে বৰ্তমান নিজৰ ঘৰতেই আছে ভাৰতীয় ক্ৰিকেটাৰসকল। এই সময়চোৱাত একা‌ংশ ক্ৰিকেটাৰে যদি চচিয়েল মিডিয়া ব্যৱহাৰ কৰিছে আন একাংশ‌ই আকৌ নিজ ঘৰতেই বিভিন্ন কাম কৰি সময় অতিবাহিত কৰিছে। শেহতীয়াকৈ মহেন্দ্ৰ সিং ধোনিৰ এক ভিডিঅ’ ভাইৰেল হৈছিল য’ত ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ ফুলনিত ঘাঁ কাটি আছিল।

ধোনিৰ এই ভিডিঅ’ৰ পিছতে এইবাৰ ভাইৰেল হৈছে পূৰ্বৰ জাতীয় দলৰ ক্ৰিকেটাৰ ইউছুফ পাঠানৰ এক ভিডিঅ’। য’ত ইউছুফ পাঠানে নিজৰ ফুলনিত ঘাঁ কাটি আছে। ইৰফান পাঠানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ’ আপলোড কৰিছে।

উল্লেখ্য যে পাঠান ভাতৃদ্বয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অসহায় জনৰ ওচৰত থিয় হোৱাৰ উপৰিও চৰকাৰলৈও আৰ্থিক সাহায্য আগবঢ়াইছে।

https://www.instagram.com/p/B-1zHWkB7UW/?utm_source=ig_web_button_share_sheet
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments