Sunday, July 3, 2022

Recent Top 6 News

বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন

অলিম্পিয়া প্রতিবেদন শনিবাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰা হয় । অসমত থকা ক্ৰীড়া সাংবাদিক সংগঠনসমূহে দিন জোৰা কাৰ্য্যসূচীৰে পালন...

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী তেজপুৰ ক্লাব বেডমিণ্টন প্ৰতিযোগিতাৰ। মুঠ...

Olympia February 2020

Olympia January 2020

Olympia December 2019

Olympia November 2019

OUR PRIDE

Cricket

কোহলি সৰ্বকালৰ শ্ৰেষ্ঠ :আখতাৰ

  শচীনৰ অভিলেখ ভংগ হ'ব নেকি ? কোন ক্ৰিকেটাৰে আনিছে শচীনৰ অক্ষত দুৰ্গৰ প্ৰতি ভাবুকি ? মূৰ দোৱাব নেকি ক্ৰিকেটৰ ভগৱানে ? তেনে এক সম্ভাৱনাৰ...

Athletic

Popular News

FARIHA ZAMAN – Once a swimming sensation, what is she up to now? Her message to Assam from a...

Special Report of Olympia Interviewed by Purnananda Neog ✍️ Biswajit Barman The environment of Assam, it’s air, water, people, Assamese food, her home, in fact She has...

Notice: Undefined offset: 0 in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-composer/legacy/common/wp_booster/td_module.php on line 391

Notice: Trying to access array offset on value of type bool in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-composer/legacy/common/wp_booster/td_module.php on line 521

Interview

২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সফলতাৰ আঁৰৰ অন্যতম হোতা বিশিষ্ট খেলুৱৈ, ক্ৰীড়া সংগঠক অনুপ চৌধুৰীৰ সৈতে অলিম্পয়াৰ আছুতীয়া সাক্ষাৎকাৰ

সাক্ষাৎ গ্ৰহণ ঃ তুষাৰ প্ৰতিম সমৰ ৰাইজে হয়তো ৰংমনক ভালকৈ চিনি পায়। ২০০৭ চনত অসমত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ আছিল ৰংমন। এই ৰংমনে সেই সময়ত অসমলৈ সোঁত...

Notice: Undefined offset: 0 in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-composer/legacy/common/wp_booster/td_module.php on line 391

Notice: Trying to access array offset on value of type bool in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-composer/legacy/common/wp_booster/td_module.php on line 521

বেডমিণ্টনৰ নৱতম চাঞ্চল্য অস্মিতা চলিহাৰ সৈতে এখন্তেক

সাক্ষাৎ গ্ৰহণ ঃ পূৰ্ণানন্দ নেওগ ক গোমা আবেলি। প্ৰাণোচ্ছল এক কোলাহলৰ মিচিলত চহৰৰ আকাশ মুখৰিত। নেহৰু ষ্টেডিয়ামৰ প্ৰাংগনত তেতিয়া শিশুৰ পৰা বয়োজ্যেষ্ঠসকলৰ খোজৰ ভিৰ। ক্ৰীড়াপ্ৰেমীসকলৰ উৎসুকতাভৰা মন। ৮৩সংখ্যক ছিনিয়ৰ...

অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তৰ সৈতে এখন্তেক

সাক্ষাৎ গ্ৰহণ ঃ পূৰ্ণানন্দ নেওগ   অলিম্পিয়াই ধাৰাবাহিকভাৱে অসমৰ বিভিন্ন ক্ৰীড়া সন্থাসমূহৰ বৰ্তমানৰ কাম-কাজ সম্পৰ্কে পঢ়ুৱৈসকলক অৱগত কৰাই আহিছে। তাৰ অংশস্বৰূপে এইবেলি আমাৰ প্ৰতিবেদক কাষ চাপিছিল অসম টেনিছ...

অসম ক্ৰিকেটৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে ন ন কাৰ্যপন্থা এ চি এৰ অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াৰ...

সাক্ষাৎ গ্ৰহণ ঃ চিৰঞ্জীৱ শৰ্ম ক নতুন প্ৰত্যাশা তথা কিছু অশাপ্ৰদ কৰ্মপন্থাৰে ইতিমধ্যেই গঠিত হৈছে অসম ক্ৰিকেট সন্থাৰ নতুন কমিটীখন। যিকোনো এবিধ ক্ৰীড়াৰ ভৱিষ্যত নিৰ্ধাৰণকাৰী এনে সংস্থাসমূহ বহু...

প্ৰণয় বৰদলৈৰ ক্ৰীড়াময় জীৱনৰ কিছু কথা, প্ৰত্যাহ্বান নাথাকিলে জীৱনৰ মজাই বা ক’ত…?

সাক্ষাৎ গ্ৰহণ ঃ পূৰ্ণানন্দ নেওগ শাওণৰ ভৰ দুপৰীয়া। জুইহে বৰষিছে যেন সূৰ্য দেৱতাই। অসম ৰাজ্যিক চিৰিয়াখানাৰ সভাগৃহত সিদিনা দুঃসাহসিক ক্ৰীড়া সংস্থা এক্সপ্ল’ৰাৰৰ এক অনুষ্ঠান। সদাব্যস্ত মানুহজন সিদিনাও ব্যস্ত আছিল...

Football

অলিম্পিয়া প্ৰতিবেদন দেশৰ আগশাৰীৰ ফুটবল লীগ আই এছ এলৰ আগন্তুক চিজনৰ বাবে ন ৰূপত সাজু হৈছে উত্তৰ-পূৱৰ ফ্ৰেঞ্চাইজি নৰ্থ ইষ্ট ইউনাইটেড। শনিবাৰে জন আব্ৰাহাম মালিকানাধীন...
জন্মঃ ১৯৫৫ ডিব্ৰুগড় পিতৃ-মাতৃঃ চাইলেনচন ম’মিন আৰু কৰুণা চাংমা লিংগঃ পুৰুষ খেলঃ ফুটবল অসমৰ ক্ৰীড়া অনুৰাগীৰ এটা চিনাকী নাম গিলবাৰ্টছন চাংমা। দেশৰ আগশাৰীৰ ক্লাবৰ আমন্ত্ৰণ প্ৰত্যখ্যান কৰি অসম...

Achievment


Notice: Undefined offset: 0 in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-composer/legacy/common/wp_booster/td_module.php on line 391

Notice: Trying to access array offset on value of type bool in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-composer/legacy/common/wp_booster/td_module.php on line 521

Falicitation by Sahitya Sabha

Boxing

Volley Ball

LATEST NEWS


Notice: Undefined offset: 0 in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-cloud-library/includes/tdb_module.php on line 357

Notice: Trying to access array offset on value of type bool in /home/yvfnwwis/olympiasports.in/wp-content/plugins/td-cloud-library/includes/tdb_module.php on line 458

EDITOR PICK

Recent Comments